Pronouncing English the correct way will help your child always.

For the people whose mother tongue is Assamese, we have developed a video-based course which explains in Assamese how to pronounce the English alphabets.

You can help your children learn the correct pronunciation with our course 'How to Pronounce A to Z'.

Click here to go to the course.

আমি সকলোৱে জানোঁ যে ইংৰাজী ভাষাটো এটা দৰকাৰী ভাষা। ইয়াক শুদ্ধকৈ কব পৰাটোও প্ৰয়োজনীয়। ইংৰাজী কওঁতে আমাৰ উচ্চাৰণ যিমানেই ভাল হয়, আমাৰ সিমানেই সুবিধা হয়।

এই ক'ৰ্চটো ইংৰাজী উচ্চাৰণৰ প্ৰথম খোজ হিচাবে প্ৰস্তুত কৰা হৈছে। ইংৰাজীৰ আখৰ Aৰ পৰা Zলৈ কেনেকৈ উচ্চাৰণ কৰিব লাগে, সেয়া শিকোৱা হৈছে। প্ৰতিটো আখৰ উচ্চাৰণ কৰোতে জিভা, ওঁঠ, দাত আদি কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়া শিকোৱা হৈছে। 

Advertisements
Total Page Visits: 77 - Today Page Visits: 2
%d bloggers like this:
Bitnami